Tag: India news

খিলঞ্জীয়া জলহা সম্প্ৰদায়ৰ জৰীপৰ অন্তৰ্ভুক্তিকৰণৰ বাবে আবেদন দাখিল

নাজিৰা মহকুমাধিপতি-ৰাজহ চক্ৰ বিষয়াক। চাহ ও প্ৰাক্তন চাহ জনজাতি সমাজ,অসম শিৱসাগৰ জিলা সমিতিয়ে প্ৰদান নাজিৰা মহকুমাৰ মহকুমাধিপতি আৰু নাজিৰা ৰাজহ চক্ৰ বিষয়াক আবেদন পত্ৰ প্ৰদান কৰে। অসম চৰকাৰৰ দ্বাৰা ৰূপায়ণ…

২নং চুঙাজান গাঁৱত ট্ৰেন্সফৰ্মাৰ বিকল, জাঙুৰ খাই উঠিছে স্থানীয় ৰাইজ

সৰুপথাৰ বৈদ্যুতিক উপসংমণ্ডলৰ অন্তৰ্গত ২নং চুঙাজান গাঁৱত পাঁচদিন ধৰি ট্ৰেন্সফৰ্মাৰ বিকল। যাৰ ফলত উৎকট গৰমৰ বাবে যমৰ যান্ত্ৰনা ভুগিছে ৰাইজে। আদৰ্শ গাঁও হিচাবে চৰকাৰী পুৰস্কাৰ প্ৰাপ্ত ২নং চুঙাজান গাঁওখনত উক্ত…

আজি ৪১গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

এক লাখ চৰকাৰী চাকৰি প্ৰদানৰ অবিৰত যাত্ৰাক আগুৱাই আজি ৪১গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত নিযুক্তি পত্ৰ প্ৰদান কৰে। ইয়াৰে উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত…

কোকিলাত ৰাছেল ভাইপাৰৰ আতংকত চিন্তিত হৈ পৰিছে ৰাইজ

সৰ্প দংশনত অচেতন এগৰাকী মহিলা, চিকিৎসকৰ আপ্ৰাণ চেষ্টাত প্ৰাণ ৰক্ষা মহিলা গৰাকীৰ। বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত কোকিলা মৌলভীপাৰাত ১১ জুলাইত জাহিদুল ইছলামৰ পত্নী সহিদা খাতুন সাপে দংশন কৰাত…

নিয়মীয়াকৈ কৰা বিশেষ কেইটামান ব্যায়ামে কলেষ্টৰেল নিয়ন্ত্ৰণত ৰাখিব আপোনাৰো

কলেষ্টৰেলৰ সমস্যাই আজিকালি বহু যুৱক-যুৱতীৰ শৰীৰত দেখা দিছে। বিভিন্ন অনিয়ম আৰু ব্যস্ততাৰে ভৰা জীৱনত শৰীৰত বেয়া কলেষ্টৰেলৰ মাত্ৰা বৃদ্ধি পায়। গতিকে সজাগতা অতি গুৰুত্বপূৰ্ণ। দৈনন্দিন জীৱনত কিছু ব্যায়াম বা যোগ…

অৰ্থ সংকটত ভুগিছে চিকিৎসাধীন সাংবাদিক জয়ন্ত দাসে, চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে ৰাইজে

অসমীয়া দৈনিক 'আমাৰ অসম'ত স্থানীয় সংবাদদাতা হিচাপে সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত ফেচবুক পেজ "বৰপেটা এক্সপ্ৰেছ"ৰ এডমিন হিচাপে কেইবাবছৰ ধৰি সাংবাদিকতা কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰা বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক…

সত্ৰীয়া সংস্কৃতিৰ সাধক ,সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ প্ৰয়ানত অসম সত্ৰ মহাসভাৰ শোক

ভৱ গোঁসাই” ৰ মৃত্যু জাতীয় জীৱন,সাংস্কৃতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতি :: কুসুম কুমাৰ মহন্ত মাজুলীৰ ঐতিহাসিক বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ দেৱ গোস্বামীৰ (ভৱ গোঁসাই) যোৱা ১০ জুলাইৰ পুৱা গুৱাহাটী চিকিৎসা…

জয়পুৰ বিমানবন্দৰত এজন পুৰুষ সহকাৰী উপ পৰিদৰ্শকক চৰ মাৰি গ্ৰেপ্তাৰ স্পাইচজেটৰ এগৰাকী যুৱতী কৰ্মচাৰী

জয়পুৰ বিমানবন্দৰত নিৰাপত্তাৰক্ষীৰ স্ক্ৰীনিংক লৈ হোৱা কাজিয়াত এজন পুৰুষ সহকাৰী উপ পৰিদৰ্শকক চৰ মাৰি গ্ৰেপ্তাৰ কৰা হৈছে স্পাইচজেটৰ এগৰাকী কৰ্মচাৰী। বিমানবন্দৰৰ চিচিটিভি কেমেৰাত ধৰা পৰে এই ঘটনা। চি আই এছ…

কেফে বি-ইউয়ে ফ্ৰাইডে ডিনাৰ ফিষ্টত আপোনালৈ আগবঢ়াইছে ভাৰতীয় ষ্ট্ৰীট ফুডৰ সোৱাদ

ৰেডিচন ব্লু গুৱাহাটীৰ কেফে বি-ইউয়ে সন্মানীয় অতিথিসকলক ফ্ৰাইডে ডিনাৰ ফিষ্ট – ষ্ট্ৰীট ফুড অফ ইণ্ডিয়াৰ জৰিয়তে ভাৰতৰ ৰাজপথত সততে দেখা লোভনীয় ৰন্ধনশৈলীৰ সোৱাদ ল’বলৈ আমন্ত্ৰণ জনাইছে। জুলাই মাহৰ প্ৰতি শুক্ৰবাৰে…

বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ তৰফৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ পোষকতা কৰি ৰাষ্ট্ৰবাদী অৰাজনৈতিক সংগঠণ, জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ১১ জুলাই, ২০২৪ তাৰিখ বৃহস্পতি বাৰৰ দিনাখন বিশ্ব জনসংখ্যা দিৱস…

error: Content is protected !!