জ্যোতিকুছি আৰু ৰিহাবাৰীস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ৰ বাৰেবৰণীয়া অনুষ্ঠান
আজি জ্যোতিকুছি আৰু ৰিহাবাৰীৰ আৰ্যনগৰত অৱস্থিত ‘ৰাইজিং ষ্টাৰ ইংলিছ স্কুল’ দুয়োখনৰ একত্ৰিত হৈ বাৰ্ষিক দিৱসৰ পালন কৰা হয়৷ অনুষ্ঠানটো অনুষ্ঠিত হয় মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এ প্ৰকল্পৰ প্ৰেক্ষাগৃহত৷ অনুষ্ঠানটোত বিশিষ্ট…
