Tag: India news

আপোনাৰ ছালৰ বাবে স্প্ৰে ছানস্ক্ৰীণ কিমান উপকাৰী

ছালখন সুস্থ কৰি ৰাখিবলৈ ছানস্ক্ৰীণ অতি প্ৰয়োজনীয়। ছালৰ বিশেষজ্ঞসকলে দাবী কৰে। কাৰণ ই সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰে। বজাৰত বিভিন্ন ধৰণৰ ছানস্ক্ৰীণ ব্যৱহাৰ কৰা হয়। স্প্ৰে ছানস্ক্ৰীন বৰ্তমান…

ডিব্ৰুগড়ৰ ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ: সৰ্বানন্দ সোণোৱাল

“আকৌ এবাৰ দেশমাতৃৰ সেৱা কৰাৰ সুযোগ দিয়াৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰী জে পি নড্ডা ডাঙৰীয়াক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ”: সোণোৱাল…

১১১ মিলিমিটাৰ বৰষুণ এদিনতে ভংগ কৰিলে ১৩৩ বছৰৰ অভিলেখ!

বাংগালুৰুত জুন মাহত এদিনতে সৰ্বাধিক বৰষুণৰ অভিলেখ ভংগ। দেওবাৰ অৰ্থাৎ ২ জুনত বেংগালুৰুত ১১১ মিলিমিটাৰ বৰষুণ হয়। যিয়ে ১৩৩ বছৰৰ অভিলেখ ভংগ কৰিলে। প্ৰসংগক্ৰমে ১ জুনৰ পৰা বেংগালুৰুত ধাৰাসাৰ বৰষুণ…

বানত বিধ্বস্ত শ্ৰীলংকা, ১৪ জনৰ মৃত্যু, সকলো বিদ্যালয় বন্ধ

শ্ৰীলংকাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলনত ১৪ জন লোকৰ মৃত্যু হৈছে। তদুপৰি কেইবাজনো লোক সন্ধানহীন হৈ আছে। অধিক বৰষুণ আৰু ধুমুহা বৰষুণৰ আগজাননী থকাৰ বাবে সোমবাৰে সকলো বিদ্যালয়…

লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ বাবে দৰং জিলা প্ৰশাসনৰ প্রস্তুতি সম্পূৰ্ণ

সমগ্ৰ দেশৰ লগতে দৰং নিৰ্বাচনী জিলাতো কালিলৈ ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব। এই ভোট গণনা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে দৰং জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে ।…

গৰ্ভৱতী মাতৃৰ যত্ন

গ্ৰীষ্মকালত গৰ্ভৱতী মহিলাই শাৰীৰিক জটিলতা, খাদ্য, টোপনি আদিৰ প্ৰতি সাৱধান হ’ব লাগে। গৰ্ভৱতী মাতৃসকলে অলপ বেছি গৰম অনুভৱ কৰে। গ্ৰীষ্মকালত তেওঁলোকে অধিক কষ্ট পায়।উচ্চ উষ্ণতা গৰ্ভৱতী মাতৃ আৰু শিশুৰ বাবে…

মঞ্চত অভিনেত্ৰীক ঠেলা দি সমালোচনাৰ সন্মুখীন তেলেগু অভিনেতা নন্দমুৰী

অভিনেত্ৰী এগৰাকীক মঞ্চত ঠেলি দি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে তেলেগু অভিনেতা নন্দমুৰি বালকৃষ্ণ। তেলেগু একচন ছবি ‘গেংছ অৱ গোদাবৰী’ৰ প্ৰচাৰৰ সময়ত অভিনেত্ৰী অঞ্জলীক মঞ্চত ঠেলা মাৰে অভিনেতাগৰাকীয়ে। অভিনেতাগৰাকীৰ এই আচৰণত…

অধিক পানী খোৱাটোও বিপদজনক

শৰীৰত হাইড্ৰেটেড কৰি ৰাখিবলৈ অধিক পানী খাবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। বিশেষকৈ এই গৰমত শৰীৰক ঠাণ্ডা কৰি ৰাখিবলৈ, আৰু শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ পানীৰ প্ৰয়োজনীয়তা সৰ্বাধিক । কিন্তু খোৱাপানীয়েও বিপদ…

ব্ৰকলি বা ফুলকবি, কাৰ পুষ্টি বেছি জানক

শীত অহাৰ লগে লগে বজাৰখন ফুলকবিৰে ভৰি পৰে। তৰকাৰী, ভাজী, খিচুৰি বা ৰোষ্ট – ফুলকবি অবিহনে ভাবিব নোৱাৰি। কিন্তু ফুলকবি বেছিকৈ খালে পেটত গেছৰ সমস্যা হয়। পাচনতন্ত্ৰৰ সমস্যাও হ’ব পাৰে।…

ছানগ্লাছে চকুক কিমান সুৰক্ষা দিয়ে জানেনে

ফেশ্বন এক্সেচৰিজ হিচাপে ট্ৰেণ্ডি ছানগ্লাছৰ কোনো উত্তৰ নাই। সাজ-পোছাকৰ সৈতে মিল থকাকৈ অভাৰছাইজ, ঘূৰণীয়া আকৃতিৰ ফেশ্বনেবল ছানগ্লাছ এতিয়া ট্ৰেণ্ডত আছে। সদায় ছানগ্লাছ কিনাৰ আগতে কেইটামান কথা বিবেচনা কৰিব লাগে। কাৰণ…

error: Content is protected !!