Tag: India news

প্ৰটিন পাউদাৰ খাই নেকি আপুনিও

বহুতে শৰীৰক ক্ষীণ কৰি ৰাখিবলৈ প্ৰটিন পাউদাৰৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে এই প্ৰ’টিন পাউদাৰৰ পৰা শৰীৰত বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ জমা হয়।গৱেষণাৰ পৰা দেখা…

গহপুৰৰ কলাবাৰীত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

ৰত্নপীঠ মণ্ডলৰ বেলশৰত মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ গহপুৰ, ২০ জুনঃ অসম নাট্য সন্মিলনৰ ২০২৪-২৬ বৰ্ষৰ প্ৰথমখনি কাৰ্যনিৰ্বাহক সভা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কালি অনুষ্ঠিত হয়। কলাবাৰী চেণ্টাৰস্থিত মূলাগাভৰু…

গহপুৰত পাহাৰীয়া খৰস্ৰোতা নৈৰ সংহাৰী ৰূপ

স্থানীয় বিধায়ক উৎপল বৰাৰ বান বিধ্বস্ত এলেকা পৰিদৰ্শন গহপুৰ, ২০ জুনঃ নেৰানেপেৰা বৰষুণৰ ফলত কেইবাখনো পাহাৰীয়া খৰস্ৰোতা নৈয়ে গহপুৰ মহকুমাত সংহাৰী ৰূপ ধাৰণ কৰিছে। বিশেষকৈ কালি ব্ৰহ্মাজান নৈৰ বাঢ়নি পানীয়ে…

গহপুৰত বিভিন্ন সংগঠনৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

বীৰাংগনা কনকলতা বৰুৱাৰ স্মৃতিত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা বিশ্ববিদ্যালয়ৰ সম্পৰ্কত এখনি গুৰুত্বপূৰ্ণ সভা গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কালি বিয়লি ৪ বজাত বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা…

বিশেষভাৱে সক্ষম যুৱক বিভূতিভূষণ নতুন প্ৰজন্মৰ আদৰ্শ

দুয়োখন ভৰি জন্মৰ পৰাই সুস্থ সৱল নাছিল,এল ল’ৰাজনৰ ৷ তথাপিও, ল’ৰাজনে স্বচ্ছন্দে জীয়াই থাকিবলৈ, নিচেই সৰুৰে পৰাই দেখিছিল দুৰ্বাৰ সপোন ৷ আশ্ৰয়হীনভাৱে এখোজো কাঢ়িব নোৱাৰা ল’ৰাজনে আন দহজন সাধাৰণ মানুহৰ…

সন্তানক সঞ্চয় কৰিবলৈ শিকাব কেনেকৈ

পৰিয়ালক চাই শিশুৱে পৰিয়ালৰ মূল্যবোধ শিকে আৰু বিকাশ কৰে। গতিকে ল’ৰা-ছোৱালীৰ বাধ্যবাধকতা পালন কৰাৰ উপৰিও সকলো বস্তুৰ গুৰুত্ব বুজিব লাগে। ইয়াৰে এটা হ’ল সঞ্চয়। যিয়ে ভৱিষ্যতে শিশুসকলক ধন সঞ্চয়ৰ প্ৰতি…

কি কি অভ্যাস কৰিলে শৰীৰৰ চৰ্বি হ্ৰাস হয়

ওজন কমাবলৈ মানুহে বহু কষ্ট কৰিলেও চৰ্বি নকমে সহজে । বহু সময়ত শৰীৰৰ বিভিন্ন অংশত চৰ্বি জমা হোৱাৰ প্ৰৱণতা বাঢ়ি যায়। আৰু তেতিয়াই ওজন কমাবলৈ অধিক কঠিন হৈ পৰে। কিন্তু…

কৃত্ৰিম বানপানীত বিধ্বস্ত ৰঙিয়া মূৰাৰাৰ স্বাভাৱিক জনজীৱন

মূৰাৰাৰ গোপাল মন্দিৰত এজাক বৰষুণতে ডুব যায় পথ,কাণষাৰ নাই বিধায়কৰ ৰঙিয়াত কৃত্ৰিম বানপানীয়ে লৈছে ভয়াবহৰূপ। এজাক বৰষুণতে ডুব যায় ৰঙিয়াৰ কেইবাটাও অঞ্চল তথা উপ- পথ । তাৰ ভিতৰত ৰঙিয়াৰ মূৰাৰা…

মদ্যপান কৰাৰ পিছত যদি বমি হয়, কিয় জানেনে

১৮ বছৰ সম্পূৰ্ণ হোৱাৰ অৰ্থ হ’ল আপুনি এজন প্ৰাপ্তবয়স্ক। মদ্যপানৰ ক্ষেত্ৰতো বয়সৰ এই সীমা আছে। ১৮ বছৰ বয়সৰ আগতে অৰ্থাৎ কিশোৰ এজনে মদ খোৱাটো আইনীভাৱে নিষিদ্ধ। অৱশ্যে প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই…

বঙাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত গোকুল বৰ্মনক প্ৰাৰ্থী হিচাপে বিচাৰিছে ৰাইজে

ফণী ভুষণ চৌধুৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বঙাইগাঁও সমষ্টিত হ’ব লগা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সংগঠনৰ নেতা – কৰ্মীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা।লোক সভা নিৰ্বাচনৰ সময়ত দিয়া…

error: Content is protected !!