ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোচিয়েচন ফৰ আসাম চমুকৈ জাফা’ই Jafa Achievers Award 2025 বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা ( Rural Journalism) শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ আজি ঘোষণা কৰে।
জাফা’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা আৰু সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায়ে এক বিবৃতি যোগে কয় যে – অহা ১৬ ডিচেম্বৰত গুৱাহাটীত আয়োজন কৰা এক অনুষ্ঠানত এই বঁটা সমুহ প্ৰদান কৰা হ’ব। তদুপৰি অন্যান্য শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহো অহা কেইদিনমানৰ ভিতৰতে ঘোষণা কৰা হ’ব।
জাফা’ৰ এই বৰ্ষৰ গ্ৰাম্য সাংবাদিকতা শিতানৰ বঁটা প্ৰাপকসকল হ’ল ক্ৰমে –

১/ হিমাক্ষী বৰ্মন
এন ডি ২৪
গোৱালপাৰা

২/ ৰুবুল পাঠক, ডি ডি নিউজ, কোকৰাঝাৰ

৩/নৃপেন্দ্ৰ নাৰায়ণ মিশ্ৰ,
জ্যেষ্ঠ সাংবাদিক
চিৰাং

৪/ মানিক বসুমতাৰী
হাইনী ৰাদাব
বিজনী

৫/ আব্দুল মালেক
ডি ডি নিউজ
চিৰাং

৬/ মকিবুল ইছলাম,
ডি ৱাই ৩৬৫, মাণিকপুৰ

৭/চিত্তৰঞ্জন সিংহ
প্ৰাগ নিউজ, বঙাইগাঁও

৮/প্ৰবীন টাৰো
নিউজ লাইভ, চন্দ্ৰপুৰ

৯/অশ্বিনী বৰা
এন কে টিভি, তেজপুৰ

১০/ জয়ন্ত বৰুৱা
দৈনিক গণ অধিকাৰ, বিশ্বনাথ

১১/বিদ্যাৰাম ইংলেঙ
কাৰ্বি ডেইলী নিউজ
পশ্চিম কাৰ্বি আংলং

১২/চাহিল ইংতি
কাৰ্বি নিউজ লাইভ
ডিফু

১৩/ ক্লাংক্লিৰ টেৰণ
থেকাৰ, কাৰ্বি আংলং

১৪/চহিদুল সৰকাৰ
প্ৰতিদিন টাইম
চাপৰ

১৫/চন্দন মালাকৰ
এন কে টিভি
সোণাপুৰ

১৬/বিপুল শইকীয়া
এন ই নিউজ
বান্দৰদেৱা

১৭/ৰাজেশ ৰাথী
পূৰ্বাঞ্চল প্ৰহৰী
লখিমপুৰ

১৮/ মৃদুস্মিতা ফুকন
অসাম লাইভ
দুলীয়াজান

১৯/খাইৰুল ইছলাম
এন ই ভাৰত
দৰং

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!