(এতিয়া মিঞাসোপা আৰু এচাম কংগ্ৰেছী দৌৰি আহিব মোক গালি দিবলৈ৷ দি থাক৷ মোৰ কি যায়৷ মই তহঁতক গুৰুত্বই নিদিওঁ)
২০১৯ চনৰ পৰা ২০২৪ চনৰ এপ্ৰিল মাহৰ ২৬ তাৰিখলৈকে মই মিঞা অঞ্চলত বহুত ঘূৰিলোঁ৷ অসমৰ এনে এটাও মিঞা অঞ্চল নাই, য’লৈ মই যোৱা নাই৷
এইখিনিতে মই এটা কথা কৈ থওঁ৷ মই স্কুল, কলেজ আৰু এসময়ৰ মোৰ কৰ্মস্থলীৰ বাদে, জীৱনত সৰুকালৰে পৰা আজিৰ তাৰিখলৈকে কেতিয়াও ক’লৈকো অকলে গৈ পোৱা নাই৷
মোৰ মা-দেউতাই মোক অকলে কেতিয়াও ক’লৈকো যাবলৈ নিদিছিল৷ আনকি মা বা ঘৰৰ কোনোবা এজন নোহোৱাকৈ মই মোৰ মামাহঁতৰ ঘৰলৈয়ো যোৱা নাছিলোঁ৷ দেউতাৰ অনুমতি নাছিল। গান গাবলৈ যোৱাৰ পৰা আদি কৰি গান শিকিবলৈ যোৱালৈকে লগত হয় মা, নহয় দেউতা, নহয় দাদা লাগি ফুৰিছিল৷ কালক্ৰমত সি অভ্যাসত পৰিণত হ’ল। সেইবাবেই বিয়াৰ পাছতো কেতিয়াও কোনোদিন অকলে মই কোনো ঠাইলৈ নোযোৱা হ’লো৷ মোৰ প্ৰতিটো ভ্ৰমণত মোৰ লগত হয় মোৰ স্বামী থাকিব, নহয় মোৰ কন্যা থাকিব নহয় মোৰ পুত্ৰ থাকিব৷ এইয়া মোৰ নিয়ম৷ সেইবাবেই যিমানবাৰেই মিঞা অঞ্চললৈ গৈছিলোঁ প্ৰতিবাৰেই মোৰ লগত মোৰ সন্তান বা স্বামী আছিল৷ যদি কেতিয়াবা সন্তান বা স্বামীৰ যোৱাত সমস্যা হৈছিল, তেতিয়া মই গুৱাহাটীৰ মোৰ চিনাকি দুগৰাকীমান বিবাহিতা তথা ডাঙৰ ডাঙৰ সন্তান থকা মহিলাক লগত লৈ সেইবোৰ ঠাইলৈ গৈছিলোঁ৷ তাৰ প্ৰমাণ মোৰ ফেছবুকৰ প্ৰফাইলতে আজিও আছে৷
দ্বিতীয়তে মই মিঞাৰ ঘৰে ঘৰে ভাত খাই আৰু ৰাতি থাকি ফুৰা নাছিলোঁ৷ মিঞাৰ ঘৰে ঘৰে চৰি ফুৰিবলৈ মই ঘৰ নথকা বা খাবলৈ নথকা ভিক্ষাৰী নহয়। মিঞাৰ ঘৰত খাবলৈ গৈ মোৰ গাড়ীত 4/5 হাজাৰ টকা খৰচ কৰাতকৈ, মই দেখোন গুৱাহাটীৰ কোনোবা ডাঙৰ ৰেষ্টুৰেণ্টতে খাব পাৰোঁ৷ বৰপেটা, ধুবুৰী, গোৱালপাৰা, নগাঁও, লক্ষীমপুৰ, শিলচৰ, শ্ৰীভূমি (কৰিমগঞ্জ), বদৰপুৰ, তেজপুৰ, সৰুপথাৰ, দৰং, বিশ্বনাথ, বকো ছয়গাঁও, চেঙা, নলবাৰী, হাজো, লক্ষীপুৰ, দক্ষিণ শালমৰা, মানকাচৰ আদি ঠাইৰ মিঞাবোৰৰ ঘৰত কেৱল মাত্ৰ খাবলৈকে মই বাৰু হাজাৰ হাজাৰ টকা খৰচ কৰি যাম কিয়? কি লাভ হ’ব মোৰ? মই জানো ইমান মূৰ্খ? দূৰ দূৰণিৰ মিঞা অঞ্চললৈ যাবলৈ মোৰ গাড়ীত তেল ভৰোৱা সেই টকাৰে, মই মোৰ পৰিয়ালটোক লগত লৈ দেখোন গুৱাহাটীৰ নামী দামী ৰেষ্টোঁৰাত ভালকৈ খাব পাৰিম৷
মূৰ্খ মিঞা এসোপাই কৈ আছে বোলে—
“মিঞাৰ ঘৰত খাই ফুৰিছিলি নহয়”
আৰে বাবা মিঞাই খাবলৈ দিয়ে কি? কওঁ নেকি?
১/ নিমখ দিয়া চাহ৷
নিমখীয়া চাহ খোৱা আমাৰ অভ্যাস নাই। অসমীয়াই নিমখ দিয়া চাহ নাখায়। মিঞাই বিনা নিমখত চাহ নবনায়৷ মুখত দিলে মোৰ বমি আহি যায়। তথাপিও ফটোত প’জ দিবৰ সময়ত চাহকাপ লৈ ফটো মৰা হৈছিল৷ মিঞাই পায়সতো নিমখ দিয়ে৷
২/ সাংঘাটিক জ্বলা দিয়া দালি চবজী৷ মুখত দিবই নোৱাৰি, জিভাখন চিগি পৰিব যেন লাগে৷ অসমীয়া মানুহে ইমান অত্যাধিক জ্বলা নাখায়। আধাকেজি চবজী বনালে মিঞাই তাত একপোৱা কেঁচা জলকীয়া আৰু এশগ্ৰাম শুকান জলকীয়া পিহি দিয়ে৷ মিঞাৰ চবজী দালি চবতে চূড়ান্ত জ্বলা৷ মই কোনোদিন খাব পৰা নাছিলোঁ৷ মাত্ৰ খাবলৈ দিয়া মানুহঘৰৰ কেমেৰাবোৰত ফটো উঠাবলৈ,সমুখত আহাৰ লৈ প’জ দিছিলোঁ৷
৩/ মিঞাই ৰাতিও ফলমূল খাবলৈ দিয়ে৷ আমি ৰাতি ফলমূল নাখাওঁ৷ অসমীয়াত এষাৰ কথা আছে—
“খালী পেটে জল
ভৰ্তি পেটে ফল”
অৰ্থাৎ ভোকত থাকিলে প্ৰথমতে পানী খাব লাগে৷ আৰু পেট ভৰি থাকিলেহে ফলমূল খাব লাগে৷
সনাতন পৰম্পৰা মতে—
“পুৱাত ফল হয় হীৰা
দুপৰীয়া হয় সোণ
ৰাতি ফল হয় লোহা৷”
গতিকে মই ফলমূল সদায় দিনৰ ১০ বজাৰ পৰা ১২ বজাৰ ভিতৰত হে খাওঁ৷ তাৰ পাছত মই কেতিয়াও কোনো ফল নাখাওঁ।
মিঞাৰ ঘৰত মই খাবলৈ যোৱা নাছিলোঁ৷ এসময়ত উচ্ছেদ, বানপানী, গৰাখহনীয়া আদিৰ কৱলত পৰা মিঞাবোৰৰ দুখৰ সময়ত, মানৱীয়তাৰ খাতিৰত নিজৰ টকা খৰচ কৰি গৈ কাষত ঠিয় দি, সিহঁতৰ সহায়ৰ বাবে সজোৰেৰে মাত মাতিছিলোঁ৷
মিঞাৰ বিপদত মিঞাৰ বিভিন্ন অঞ্চললৈ গ’লে, মিঞাৰ দুৰ্দশাৰ সময়ত মানৱতাৰ খাতিৰত মিঞাৰ কাষত ঠিয় হ’বলৈ যাওঁতে, বহুত মিঞাই মোক জোৰ কৰি তেওঁলোকৰ কোনোবা এজনৰ ঘৰলৈ মাতি নি একাপ চাহ বা কেতিয়াবা এসাঁজ ভাত খুৱাইছিল। গুৱাহাটীৰ পৰা পুৱা 5/6 বজাতেই ওলাই গৈ, ৰাতি দুই তিনি বজাত গুৱাহাটী আহি পোৱা মই, দিনটো কেতিয়াবা একো নোখোৱাকৈয়ে কটাব লগা হৈছিল। মোৰ লগত যোৱা বহু মানুহ এইবোৰ কথাৰ সাক্ষী আছিল। সেই সময়বোৰত মই বহু মানুহৰ আক্ৰমণৰ লক্ষ্য থকাৰ বাবে হোটেলত খাবলৈ ৰোৱাতো মোৰ বাবে অসুৰক্ষিত আছিল। গতিকেই বহু সময়ত একো এটা নোখোৱাকৈ ঘূৰি ফুৰিব লগা হৈছিল। নাওবৈছাৰ উচ্ছেদৰ সময়ত, মই পুৱা 4 বজাত গুৱাহাটীৰ পৰা ওলাই, নাওবৈছা পাই পুলিচৰ বাধাত অঁকাই পকাই ঘূৰি ফুৰাৰ মাজতো উচ্ছেদস্থলীত গৈ হাজিৰ হৈ, পুলিচৰ উৎপাততে কোনো হোটেলত চাহ একাপো খাব নোৱাৰি, ঘূৰিবলৈ বাট নাপাই ৰৈ আছিলোঁ নিশা আঁঠ বজালৈ৷ তাৰপাছত বঙালমৰাৰ ৰাজপথত মোৰ গাড়ী হঠাৎ বেয়া হোৱাত, জানুৱাৰী মাহৰ সেই ঠেৰেঙা লগা জাৰৰ নিশা শুদা পেটেৰে গোটেই ৰাতি ভোকে লঘোণে মোৰ স্বামী নিবিড় শৰ্মা, মই আৰু আমাৰ গাড়ী চালকজন ৰাস্তাত বহি বহি পাৰ কৰিছিলোঁ৷ পুহৰ ঠৰঙা জাৰত আমাক ৰাস্তাৰ এজন মানুহে একাপ চাহ বনাই খুওৱাৰ লগতে একুৰা জুই ধৰি দিছিল। ভয়ানক আছিল সেই নিশাৰ অভিজ্ঞতা৷ কোনোবাই প্ৰমাণ বিচাৰিলে মোৰ প্ৰফাইলত চালেই বিচাৰি পাব৷২০২৩ চনৰ জানুৱাৰীৰ মোৰ আপডেট বিচাৰিলে পাব৷ নিজৰ টকা খৰচ কৰি গুৱাহাটীৰ পৰা লক্ষীমপুৰ জিলাৰ বঙালমৰালৈ গৈ, উচ্ছেদিত মিঞাৰ হকে তাৰপৰা ফেছবুক লাইভ কৰি, চৰকাৰক চেলেঞ্জ কৰি গোটেই ৰাতিটো বঙালমৰাৰ ৰাস্তাত বহি পাৰ কৰা মই জানো মিঞাৰ ঘৰৰ ভাত চাহ বিচাৰি তালৈ গৈছিলোঁ? মই জানো মোৰ স্বামীক লগত লৈ, ইমান টকা খৰচ কৰি, বঙালমৰাৰ মিঞাসোপাৰ লুঙীৰ তলত সোমাবলৈ গৈছিলোঁ নে বাৰু?এইবোৰ কথা কোৱা মিঞাবোৰ ইমান অসভ্য কিয় বাৰু? ইহঁতে সভ্যতা কেতিয়া শিকিব?
মিঞাৰ বিপদত কাষত থিয় হোৱা মোক কিয়—
“মিঞাৰ লুঙীৰ তলত সোমাইছিলি”
বুলি গালি পাৰে?
মই,
আৰু মিঞাৰ লুঙীৰ তলত?
ছিঃ।
মুছলমান আমাৰ চাৰিবেদৰ বাহিৰৰ জাতি৷ প্ৰয়োজন হ’লে আমি মৰি যাম, তথাপি মুছলমানৰ লগত এটা সীমা ৰাখিহে চলিম৷
মিঞাৰ অঞ্চলত কিবা প্ৰগেমৰ অতিথি হৈ গ’লেহে মিঞাই মোক কাৰোবাৰ ঘৰত বহুৱাই চাহ-ভাত খুৱাইছিল৷ যিটো আমিও কাৰোবাক কিবা অনুষ্ঠানলৈ মাতি আনিলে কৰোঁ৷ তাক অতিথি অভ্যৰ্থনা বুলি কয়। যিটো মিঞাৰ ভাষাত কয়—
“তই মিঞাৰ ঘৰত খাইছিলি নহয়”
মই ভাত চাহ বিচাৰি মিঞাৰ বাৰীয়ে বাৰীয়ে ঘূৰি ফুৰা নাছিলোঁ৷ মই কোনো মিঞাৰ ঘৰলৈ কেতিয়াও কোনোদিন আলহী খাবলৈ যোৱা নাছিলোঁ৷ মই সামাজিক কামত যাওঁতে, কেতিয়াবা সেই অঞ্চলবোৰৰ মানুহেহে মোক জোৰ কৰি সিহঁতৰ ঘৰলৈ মাতি নিছিল।
মই কোনো মিঞাৰ লগত শুবলৈ যোৱা নাছিলোঁ৷ মিঞাৰ লগত শুই আহিলে মোৰ স্বামী নিবিড় শৰ্মাই মোক কাটি দুটুকুৰা কৰি পেলাব৷ মিঞাৰ লগত শুই আহিলে, মোৰ পুত্ৰই মোক চুলিত ধৰি ৰাস্তাত বগৰাই বগৰাই পিটিব৷ মিঞাৰ লগত শুলে মোৰ স্বামী নিবিড় শৰ্মাই মোক ঘৰৰ বাহিৰ কৰি খেদি দিব৷ মোৰ ল’ৰা-ছোৱালীয়ে মোৰ মুখত থু পেলাব৷ মই পৰিয়াল আৰু সন্তান নথকা মহিলা নহয়৷
হিন্দু পুৰুষে নিজৰ পত্নীক অলটাইম চোকা নজৰত ৰাখে৷ হিন্দু পুৰুষে মাইকীৰ লোভত হালালা নকৰে৷ হিন্দু পুৰুষে নিজৰ ঘৈণীক আনৰ বিচনাত এৰি নিদিয়ে৷ আনৰ লগত শোৱাতো বাদেই, আনৰ লগত সম্পৰ্ক ৰাখিলেও হিন্দু পুৰুষে পত্নীক কোবাই ঠেং ভাঙি দিয়ে৷
মুছলমান হিন্দুৰ চাৰিবেদৰ বাহিৰৰ মানুহ৷ আমি হিন্দু মহিলাই মুছলমান পুৰুষৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ। কোনোবাই মুছলমানক ভালপাই বিয়া হৈছে সেয়া বেলেগ কথা৷ কিন্তু 99% হিন্দু মহিলা মুছলমান পুৰুষৰ পৰা সদায় দূৰৈত থাকে৷ আমি আমাৰ চাৰি বেদৰ বাহিৰৰ মানুহৰ লগত জাত নাযাওঁ।
শিখা শৰ্মাই নিজৰ পুত্ৰ, কন্যা বা স্বামীক লগত লৈ মিঞাৰ লগত শুব নেকি? আৰু পুত্ৰ কন্যা বা স্বামী বা গুৱাহাটীৰ পৰা একেলগে যোৱা কোনোবা চিনাকি মহিলাৰ অবিহনে, শিখা শৰ্মা অকলে অকলে আজিলৈকে কোনোবা মিঞাৰ ঘৰলৈ যোৱাৰ প্ৰমাণ কোনোবা মিঞাই দিব পাৰিব? নে মই সিহঁতৰ দৰে হালালা কৰা শ্ৰেণীৰ মানুহ? হালালা কৰা মানুহে এইবোৰ কথা ক’বই৷
এতিয়া আহোঁ জুবিনৰ কথালৈ৷ মই অসমৰ প্ৰতিটো মিঞা অঞ্চল চান-বিন কৰি থৈছোঁ৷ মিঞাৰ বিষয়ে জানিবলৈ মোৰ আৰু একো বাকী নাই। মই মিঞাৰ অঞ্চলত কোনো দিন জুবিনৰ নাম লোৱা এটাও মিঞা নাপালোঁ৷ In fact, জুবিনক মিঞা অঞ্চলত কোনেও চিনিয়ে নাপাইছিল৷ টাউনলৈ ওলাই অহা দুটামান ডেকা ল’ৰাই জুবিনক জানিছিল৷ কিন্তু জুবিন মিঞাৰ অঞ্চলত কোনোদিন আলোচনাৰ বিষয় নাছিল। আনকি মই মিঞাৰ অঞ্চলবোৰত কোনোদিন জুবিনৰ গান এটা বজোৱাও শুনা নাছিলোঁ৷ ভিতৰ অঞ্চলৰ মিঞাবোৰেতো জুবিনৰ নাম নাজানিছিলেই৷ মই মিঞা অঞ্চলত বহুত মিটিং কৰিলোঁ৷ বহুত সাংস্কৃতিক সন্ধ্যাত ভাগ ল’লো৷ নাই, কোনো এখন ফাংচনতে ক’তো কোনোদিন জুবিনৰ গান কোনেও গোৱা নাছিল৷ জুবিনৰ গান লগাই নচাও নাছিল। মিঞাৰ ফাংচনবোৰত কেৱল আৰু কেৱল বাংলা গানহে চলিছিল৷ মোক impress কৰিবলৈ ভুল ভুলকৈ কেতিয়াবা বিহু বা আন অসমীয়া গান লগাই নাছিছিল৷ কিন্তু জুবিনৰ গান কোনোদিন বজোৱা নাছিল৷ আনকি মিঞা বজাৰ এৰিয়াতো জুবিনৰ গান বজোৱা নাছিল। কেৱল বাংলা গান হে বজাইছিল৷ মই কোনো মিঞা ল’ৰাছোৱালীৰ মুখত কেতিয়াও জুবিনৰ গান গুণগুনোৱা শুনা নাছিলোঁ৷
কিন্তু 2025 চনৰ 19 চেপ্টেম্বৰৰ পৰা মিঞাবোৰ তামাম জুবিনপ্ৰেমী হৈ পৰিল৷ মইতো দেখি বিচূৰ্তি খালোঁ—
“হে হৰি! মিঞাসোপাক কিহে পালে? ইহঁত দেখোন হঠাৎ জুবিনপ্ৰেমী হৈ পৰিল?”
পাছত হে গম পালো যে, কংগ্ৰেছৰ ইছাৰাত মিঞাসোপা নতুনকৈ জুবিনৰ প্ৰেমত মতলীয়া হ’ল। উদ্দেশ্য ইলেকচন৷ মানে জুবিনৰ মৃত্যুৰ আবেগটো পুৰা ভাইৰেল কৰিব লাগে৷ আবেগৰ সাগৰত ঢৌ আনিব লাগে৷ এই ঢৌতে খৰ মাৰি কংগ্ৰেছ জিকিব পাৰিলেই, অসমত পুনৰ মিঞাৰ ৰাজত্ব আৰু মিঞাৰ গুণ্ডামি চালু হৈ যাব পাৰিব৷
“মিঞাৰ জুবিন প্ৰেম”
নামৰ নাটকখনৰ আৰু এটা ডাঙৰ উদ্দেশ্য আছে৷ এই নামটো লৈ, জুবিনৰ অনুৰাগী হোৱাৰ নাটক কৰি মিঞাই অসমীয়াক অত্যাচাৰ কৰিব৷ ফেছবুকত অশ্লীল গালি পাৰিব অসমীয়াক। আৰু এসোপা বিবেকহীন অসমীয়াই মিঞাক চাপৰ্ট কৰিব৷ কাৰণটো হ’ল জুবিন। জুবিনক ভালপোৱাৰ নামত অভিনয় কৰি মিঞাই অসমীয়া জাতিৰ মাজত বিভাজন আনিবলৈ অহৰহ চেষ্টা কৰিছে৷
এতিয়া মিঞা আৰু “অতি জুবিনপ্ৰেমী” হিন্দু কিছুমান একেলগ হৈছে আৰু মিঞাৰ লগ হৈ ফেছবুকত নিজৰ জাতিৰ মানুহ অসমীয়াক অশ্ৰাব্য গালি পাৰিছে৷
মিঞা কিন্তু তেনেকুৱা নহয়। হিন্দুৰ উচতনিত পৰি, মিঞা এটাক ৰাজহুৱাভাবে আক্ৰমণ কৰি জীনা হাৰাম কৰি দিয়া, এজন মুছলমান মানুহ কোনোবাই দেখুৱাই দিব পাৰিব? নোৱাৰে৷
মুছলমানে ৰাজহুৱাকৈ কোনো মুছলমানৰ বিৰোধ নকৰে৷ নজিৰ নাই৷ অপৰাধ কৰিলেও মুছলমান সদায় মুছলমানৰ পক্ষত থিয় দিয়ে৷ হিন্দুৰ লগ হৈ মুছলমানে কেতিয়াও নিজ ধৰ্মৰ মানুহক ৰাজহুৱাকৈ অতি অত্যাচাৰ নকৰে৷
আমাৰ নিলাজ হিন্দু কিছুমানে আকৌ আহমেদ, আলি, বেগম, হুছেইন আদিবোৰৰ লগত মিলি হিন্দুক অশ্লীল গালি পাৰে৷ নিলাজহঁত কৰবাৰ। বুৰ্বকচব চালা৷ লাজ নাই?
শিক৷ মুছলমানৰ পৰা কিবা শিক। সিহঁত কিমান সাম্প্ৰদায়িক সেইটো শিক সিহঁতৰ পৰা৷ সিহঁতৰ মাজতো বহুত কাজিয়া৷ থানাবোৰ সিহঁতৰ মানুহেৰেই ভৰি থাকে৷ তথাপি কিন্তু হিন্দুৰ লগত মিলি সিহঁতে নিজৰ ধৰ্মৰ মানুহক আক্ৰমণ নকৰে৷ কাজিয়া কৰে৷ কিন্তু নিজৰ মাজত। কোনো মুছলমানে হিন্দুৰ লগত মিলি লৈ, আন মুছলমানৰ জীৱন ধ্বংস কৰিবলৈ উঠি পৰি নালাগে৷
হিন্দুৰ মাজত বিভাজন কৰিবলৈ সিহঁতে ধৰ্মনিৰপেক্ষতাৰ কথা কয়৷ সকলো মিলি থকাৰ কথা কয়। সম্প্ৰীতিৰ কথা কয়। কিন্তু সিহঁতৰ মাজত একতা ৰাখিবলৈ মুছলমানৰ বিপদত সিহঁঁত একগোট হৈ থিয় দিয়ে৷ তেতিয়া সিহঁত কেৱল “মুছলমান” হৈ পৰে৷
আমাৰ কিছুমান “অতি চেকুলাৰ” ধদুৱা নিকাম্মাই, কংগ্ৰেছৰ ভোট বেংক মিঞাৰ লগত মিলি অসমৰ অনিষ্ট কৰি আছে। এইবাৰ বিজেপি চৰকাৰে এই বিষয়টোত অলপ গুৰুত্ব দিব লাগিব৷ এই বিহৰ পুলিবিলাকক এইবাৰ ৰঙা নাৰ্চাৰীত অলপ মৰম কৰিবলৈ দিব লাগিব। অসমীয়া সমাজত বিহগছ থাকিবলৈ দিব নোৱাৰি৷
শিখা শৰ্মা
গুৱাহাটী
২৯/৪/২০২৬
8974907819
