বিজনীত বিদ্যুতৰ যোগান নিয়মীয়া কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত আছুৰ প্ৰতিবাদ সাব্যস্ত
বিদ্যুতৰ যোগান নিয়মীয়া কৰা, বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ দাবীত চিৰাং জিলাৰ বিজনীৰ বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ৰ সন্মুখত বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাই শক্তি মন্ত্রী নন্দিতা গাৰ্লোচাৰ প্ৰতিমূৰ্তি দাহ কৰি শক্তি বিভাগৰ…
