ন-মাহে শিৱসাগৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ভেছেলিমাৰী ন-আলিৰ কাম আধাও নহ’ল, ৰাজহুৱা প্ৰতিবাদ
শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তর্গত দিখৌমুখ অঞ্চলৰ ভেছেলিমাৰীৰ যাতায়ত একমাত্ৰ পথটো ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভেছেলিমাৰী ন আলিটোৰ আধাৰশিলা প্রায় ন-মাহৰ পূৰ্বে স্থাপন কৰাৰ পাছতো আজিলৈকে আধাও নোহোৱাক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি…
