ৰেডিচন ব্লু গুৱাহাটীৰ দশম বৰ্ষপূৰ্তি উপলক্ষে কেফে বি-ইউত বিশেষ ডাইনিং অফাৰৰ আয়োজন
গৌৰৱজ্জ্বল দশম বৰ্ষপূৰ্তিত সমাজ আৰু পৃষ্ঠপোষকসকলৰ প্ৰতি কৃতজ্ঞতাস্বৰূপে এক বিশেষ ভোজন অফাৰ আগবঢ়াইছে ৰেডিচন ব্লু গুৱাহাটীয়ে। হোটেলখনৰ এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি উদযাপন উপলক্ষে ২০২৪ চনৰ ২ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈকে…
১৩ ভাদ, শুক্ৰবাৰ, ইং ৩০ আগষ্ট ২০২৪ – চাওক দিনটোৰ ৰাশিফল
🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞১৩ ভাদ, শুক্ৰবাৰ, ইং ৩০ আগষ্ট ২০২৪সূৰ্য্যোদয় ঘ :- ৫/৪/৫০সূৰ্য্যাস্ত ঘ :- ৫/৪২/৫৫ৰাশি : – মিথুন ৰাশি। ঘ:- ২/১১/৫০ যোৱাত কৰ্কট ৰাশি।তিথি :- কৃষ্ণা দ্বাদশী । ৰা:ঘ:-…
বিদ্যুত বিভাগৰ বিৰুদ্ধে মৰিগাঁৱত জিলা কংগ্ৰেছৰ প্ৰতিবাদ
বিদ্যুতৰ স্মাৰ্ট মিটাৰ শীঘ্ৰে বাতিল, বিদ্যুত মাচুল হ্ৰাস আৰু নিয়মীয়া বিদ্যুত সেৱাৰ দাবীত কালি মৰিগাঁও জিলা কংগ্ৰেছ কমিটীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ক্ষীৰোদ ভৱনৰ পৰা…
আজিৰ ৰাশিফল কি কয়, কেনে যাব আপোনাৰ দিনটো
🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞১২ ভাদ, বৃহস্পতি বাৰ, ইং ২৯ আগষ্ট ২০২৪সূৰ্য্যোদয় ঘ :- ৫/৪/২৩সূৰ্য্যাস্ত ঘ :- ৫/৪৩/৫৯ৰাশি : – মিথুন ৰাশি।তিথি :- কৃষ্ণা একাদশী । ৰা:ঘ:- ৩/৩৯/৯ যোৱাত কৃষ্ণা দ্বাদশী…
আজিৰ দিনটো আপোনাৰ কেনে যাব
🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞১০ ভাদ, মঙ্গলবাৰ, ইং ২৭ আগষ্ট ২০২৪.সূৰ্য্যোদয় ঘ :- ৫/৩/২৯সূৰ্য্যাস্ত ঘ :- ৫/৪৬/৮ৰাশি : – বৃষ ৰাশি।তিথি :- কৃষ্ণা অষ্টমী । প্ৰা:ঘ:- ৬/৫১/১৭ যোৱাত কৃষ্ণা নৱমী তিথি…
ককিলা নাহৰণিত শ্ৰীকৃষ্ণ জন্মাষ্টমীত গ্ৰন্থ উন্মোচনী সভা
মহেন্দ্ৰ হাজৰিকাৰ ‘শ্ৰীমন্ত শংকৰদেৱ’ উন্মোচন শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডুবিয়া আঞ্চলিকৰ অন্তৰ্গত ককিলা নাহৰণি প্ৰাথমিক শাখাৰ উদ্যোগত আজি এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ লগত সংগতি ৰাখি দুই নং…
দুদিনীয়া কাৰ্যসূচীৰে বাঙ্গালোৰৰ নামঘৰতো উলহ-মালহেৰে পালন কৰা হৈছে শ্ৰী কৃষ্ণ জন্মাষ্টমী
প্ৰতি বৰ্ষৰ দৰে এইবাৰো শ্ৰীমন্ত শঙ্কৰদেৱ সাংস্কৃতিক সমাজ বাঙ্গালোৰৰ নামঘৰত উলহ-মালহেৰে উদযাপন কৰা হৈছে শ্ৰীকৃষ্ণ জন্মাষ্টমী। দুদিনীয়া কাৰ্যসূচীৰ আজি প্ৰথম দিনটোত ৫ শতাধিক লোকৰ উপস্থিতিত নাম-প্ৰসঙ্গ, কীৰ্তন-পাঠ, দিহা নাম আদিৰ…
নৰায়ণ সেৱা সংস্থানৰ দ্বাৰা আয়োজিত বিনামূলীয়া মডিউলাৰ অংগ সংস্থাপন শিৱিৰত ২৬৫ গৰাকী বিষেশভাৱে-সক্ষম লোকৰ নতুন জীৱন লাভ
মন্ত্ৰী অশোক সিংহলৰ শিবিৰ উদ্বোধন নাৰায়ণ সেৱাই অন্ত্যোদয়ৰ আত্মাক মূৰ্ত কৰি তুলিছে: মন্ত্ৰী অশোক সিংহল দেওবাৰে গুৱাহাটীৰ ফাঁচী বজাৰৰ ৪নং গেটস্থিত শ্ৰী ভগৱান মহাবীৰ ধৰ্মস্থলত নাৰায়ণ সেৱা সংস্থানৰ উদ্যোগত নাৰায়ণ…
ব্লুটুথ ইয়াৰফোনে দিব মৌমিতা ধৰ্ষণ-হত্যাৰ বহু তথ্য
ঘটনাৰ দিনটোত যেতিয়া সঞ্জয় ৰায়ে কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত প্ৰৱেশ কৰিছিল তেতিয়া ডিঙিত ব্লুটুথ ইয়াৰফোন আছিল। এই গোচৰৰ তদন্তকাৰী চিবিআইয়ে চিচিটিভিৰ স্ক্ৰীণ গ্ৰেব প্ৰকাশ কৰিছে, য’ত…
পাটাছাৰকুছিত ১ কোটি টকাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰৰ উদ্বোধন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ
আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথিত পাটাছাৰকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত বজালী গোৱিন্দভৱন গীতা সত্ৰ, ডুমূৰীয়াত উপস্থিত হৈ ভক্তিভৰা সেৱা জনাই সকলোৰে কুশল মঙ্গল কামনা কৰে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে।…
