গহপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত ৪ খন জিলা পৰিষদত কোনে কিমান ভোট পালে
■■লোহিতমুখ জিলা পৰিষদ:-লক্ষ্য মিলি(বিজেপি)–১৫,৮৬৭ টা ভোট,জনতা কাৰ্ডং(নিৰ্দলীয়)–১০,৪১৯ টা ভোট আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰামু পাটগিৰিয়ে লাভ কৰে ৬৫৩৮ টা ভোট। ■■কলাবাৰী জিলা পৰিষদ–নিতুল হাজৰিকা(বিজেপি)–২১,১০৬ টা ভোট,হেমন্ত বৰা(কংগ্ৰেছ)–৪৭৭৯ আৰু নিৰ্দলীয় প্ৰাৰ্থী…
