Category: Uncategorized

দৈনিক ৰাশিফল, ১৩ ফেব্ৰুৱাৰী ২০২৫

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞৩০ মাঘ , বৃহস্পতি বাৰ, ইং ১৩ ফেব্ৰুৱাৰী ২০২৫সূৰ্য্যোদয় ঘ :- ৬/৬/৩৩সূৰ্য্যাস্ত ঘ :- ৫/১০/৪৫ৰাশি : – সিংহ ৰাশি।তিথি :- কৃষ্ণা প্ৰতিপদ তিথি। ৰা:ঘ:- ৭/৫০/৫১ যোৱাত কৃষ্ণা…

শিৱসাগৰৰ দিখৌমুখৰ আজানপীৰ দৰগাহত দুদিনীয়াকৈ অনুষ্ঠিত বাৰ্ষিক সমূহীয়া দোৱা আৰু জিয়াৰৎ অনুষ্ঠানৰ সামৰণি

শনি আৰু দেওবাৰে এই দুয়োটা দিনতে অনুষ্ঠান উপলক্ষে আজানপীৰ দৰগাহত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় | ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী লোকসকলেও আজান পীৰৰ দৰগাহত ধূপ আৰু…

নলবাৰী জিলাৰ নপ্তিপাৰাস্থিত “শ্ৰী শ্ৰী বাৰগোপাল মন্দিৰ”ৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু হোমযজ্ঞ মহোৎসৱক লৈ উখল- মাখল পৰিৱেশ

নলবাৰী জিলাৰ নপ্তিপাৰাস্থিত বাৰ গোপাল মন্দিৰৰ প্ৰতিষ্ঠা দিৱসত প্রতি বছৰে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ সমাৱেশ ঘটে। বিভিন্ন প্ৰান্তৰ লোক সমবেত হোৱা অনুষ্ঠানটিত চাকি বন্তি প্ৰজ্বলন আৰু গছৰ ডালত গামোচা বান্ধি…

পোৰ্টেলৰ সাংবাদিক জেহেৰুলৰ নিৰ্লজ্জ কাণ্ড স্বৰস্বতী পূজাত পলুৱাই লৈ গ’ল এটি কন্যা শিশুৰ মাতৃক

প্ৰেমত ফুলিছে শতদল,প্ৰেমত ঘুৰিছে ভূ-মণ্ডল প্ৰেমে নামানে উচ্চ নীচনেমানে কোনো জাতিকূল প্ৰেম হেনো স্বৰ্গীয় প্ৰেমত আত্মহাৰা হৈ ৰজাৰ জীয়ৰীও লগুৱাৰ সৈতেপলাই যাবলৈ বাধ্য হৈছিল হেনো সাংবাদিকতাৰ অ আ ক খ…

শিক্ষকে মানৱ সম্পদ গঢ়েহে অৱক্ষয় নঘটাই

অৱনী বৰুৱাৰ – অন্য এক পৃষ্ঠাৰ পৰা সংগ্ৰহ ‘শিক্ষা’ হ’ল একপ্ৰকাৰৰ জ্যোতি। এই জ্যোতি সমাজৰ কেউফালে বিলাই দিবলৈ লাগে একোটা মাধ্যম। যদিও গ্ৰন্থৰ মাজতে থাকে এই জ্যোতিৰ প্ৰধান উৎস বা…

আৰক্ষীৰ সহযোগত অ*বৈধ সু*ৰাৰ বিৰুদ্ধে তী*ব্ৰ অ*ভিযান জামুগুৰিহাটৰ মহিলা

জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত চলি থকা মদ,ভাং,জুৱা আদিৰ অবাধ প্ৰচলনে শৈক্ষিক সামাজিক পৰিবেশ বিনষ্ট কৰি থকাৰ বিৰুদ্ধে মংগলবাৰৰ বিয়লি প্ৰতিবাদত নমা মহিলাসকল সফল নোহোৱাত বুধবাৰে দ্বিতীয় দিনা সন্ধিয়াও এইদৰেই মহিলা সমাজ…

আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮তম জন্ম জয়ন্তী

নেতাজী, ভৱিষ্যত প্ৰজন্মৰ বাবে এক নিৰন্তৰ প্ৰেৰণাআজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮তম জন্ম জয়ন্তী। নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮তম জন্ম বাৰ্ষিকী উপলক্ষে, ‘পৰক্ৰাম দিৱস’ত ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতৰ অতুলনীয় অৱদানৰ…

সদৌ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় কৰ্মচাৰী সংস্থাৰ অষ্টম দ্বি-বাৰ্ষিক গুৱাহাটী অধিৱেশনত স্মৃতিগ্ৰন্থ উন্মোচন – মৃণালিনী দেৱীৰ

“ৰাজসেৱায়াম”, অৰ্থাৎ চৰকাৰী চাকৰীৰে ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ অধিক কৰ্মক্ষম কৰি ৰাখিবলৈ হলে চৰকাৰী কৰ্মচাৰী সকলে সৰ্বতদিশত নিৰাপদ অনুভৱ কৰিব পৰাতো প্ৰাথমিক চৰ্ত হিচাবে গণ্য হোৱা উচিত। সেয়েহে চৰকাৰে কৰ্মচাৰীৰ অভাৱ…

ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ

শিৱসাগৰ জিলাৰ আমগুৰিৰ সীমামূৰীয়া ৰূপহীমুখ উচ্চ মাধ্যমিক বিদ্যালয়ত ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ অনুষ্ঠিত হৈছে | প্ৰথম দিনা উষা কীৰ্তন, পৰিৱেশ পৰিষ্কৰণ পতাকা উত্তোলন, গুৰু…

error: Content is protected !!