Tag: Aricles

পুৰণিগুদামত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উদ্‌যাপন

সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদামতো উদ্‌যাপন কৰা হয় অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস ৷ অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখাৰ উদ্যোগত আৰু নগাঁও জিলা…

পেঙেৰীৰ ব্ৰহ্মাজানত নিশা পুনৰ বনৰীয়া হাতী ৰহস্যজনক মৃত্যুৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ আহ্বান

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত।বনৰীয়া জীৱ-জন্তুৰ প্ৰতি জীৱ শ্ৰেষ্ঠ মানুহৰ অত্যাচাৰ দিনক দিনে বৃদ্ধি পাই আহিছে। নিতৌ জীৱ শ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ গৈছে নিবোধ জীৱ-জন্তুৰ।আজি নিশা পেঙেৰীৰ ব্ৰহ্মাজানত…

কলাক্ষেত্ৰত মঞ্চস্থ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন ভিত্তিক নাট ‘বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ’

উন্মোচন ‘ ৰূপকোঁৱৰ কলাগুৰু ইত্যাদি’ শীৰ্ষক গ্ৰন্থ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰি বৃহস্পতিবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন ভিত্তিক নাটক ‘বাগ্ৰুকগিৰ বিষ্ণুপ্ৰসাদ’৷ ৰাগিনী প্ৰডাকচনৰ উদ্যোগত…

জামুগুৰিহাটৰ ১নং বৰদিকৰাই নদীৰ ব্যাপক গড়াখহনীয়া

নদীৰ বুকুত বিলীন হৈছে নদীপৰীয়া দৰিদ্ৰ কৃষক ৰাইজৰ কৃষিভূমিসমূহ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ১নং বৰদিকৰাই বালিচাপৰি অঞ্চলত বৰদিকৰাই নদীৰ গড়াখহনীয়াই সম্প্ৰতি কালৰূপ ধাৰণ কৰিছে৷ বিগত কেইবাদিনো ধৰি চলি থকা নেৰানেপেৰা বৰষুনৰ…

প্ৰটিন পাউদাৰ খাই নেকি আপুনিও

বহুতে শৰীৰক ক্ষীণ কৰি ৰাখিবলৈ প্ৰটিন পাউদাৰৰ ওপৰত নিৰ্ভৰ কৰে। শেহতীয়াকৈ কৰা এক অধ্যয়নত দেখা গৈছে যে এই প্ৰ’টিন পাউদাৰৰ পৰা শৰীৰত বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ জমা হয়।গৱেষণাৰ পৰা দেখা…

গহপুৰৰ কলাবাৰীত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা

ৰত্নপীঠ মণ্ডলৰ বেলশৰত মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ গহপুৰ, ২০ জুনঃ অসম নাট্য সন্মিলনৰ ২০২৪-২৬ বৰ্ষৰ প্ৰথমখনি কাৰ্যনিৰ্বাহক সভা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত কালি অনুষ্ঠিত হয়। কলাবাৰী চেণ্টাৰস্থিত মূলাগাভৰু…

গহপুৰত বিভিন্ন সংগঠনৰ সৈতে জিলা প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

বীৰাংগনা কনকলতা বৰুৱাৰ স্মৃতিত ৰাজ্য চৰকাৰে প্ৰতিষ্ঠা কৰিবলৈ লোৱা বিশ্ববিদ্যালয়ৰ সম্পৰ্কত এখনি গুৰুত্বপূৰ্ণ সভা গহপুৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। কালি বিয়লি ৪ বজাত বিশ্বনাথ জিলাৰ জিলা আয়ুক্ত ডাঃ নেহা…

বিশেষভাৱে সক্ষম যুৱক বিভূতিভূষণ নতুন প্ৰজন্মৰ আদৰ্শ

দুয়োখন ভৰি জন্মৰ পৰাই সুস্থ সৱল নাছিল,এল ল’ৰাজনৰ ৷ তথাপিও, ল’ৰাজনে স্বচ্ছন্দে জীয়াই থাকিবলৈ, নিচেই সৰুৰে পৰাই দেখিছিল দুৰ্বাৰ সপোন ৷ আশ্ৰয়হীনভাৱে এখোজো কাঢ়িব নোৱাৰা ল’ৰাজনে আন দহজন সাধাৰণ মানুহৰ…

গহপুৰত চত্ৰং-ব্ৰহ্মাজান-চেঁচা নৈৰ কালৰূপ ধাৰণ

জলমগ্ন গহপুৰ নগৰৰ লগতে মহকুমাটোৰ বিস্তীৰ্ণ এলেকা কালভাৰ্ট বহি যোগাযোগ বিচ্ছিন্ন গহপুৰ নগৰত যাতায়াত বিঘ্নিত যোৱা নিশাৰ পৰা দিয়া নেৰানেপেৰা বৰষুণৰ ফলত গহপুৰত বাৰিষাৰ প্ৰথমজাক বাঢ়নি পানীয়ে আজি বিস্তৰ ক্ষতি…

সন্তানক সঞ্চয় কৰিবলৈ শিকাব কেনেকৈ

পৰিয়ালক চাই শিশুৱে পৰিয়ালৰ মূল্যবোধ শিকে আৰু বিকাশ কৰে। গতিকে ল’ৰা-ছোৱালীৰ বাধ্যবাধকতা পালন কৰাৰ উপৰিও সকলো বস্তুৰ গুৰুত্ব বুজিব লাগে। ইয়াৰে এটা হ’ল সঞ্চয়। যিয়ে ভৱিষ্যতে শিশুসকলক ধন সঞ্চয়ৰ প্ৰতি…

error: Content is protected !!